তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ফটো-সম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰৰ সংযোজন, নতুন ব্যৱহাৰ-অনুকূল ভোটাৰ পঞ্জীয়ন প্ৰপত্ৰ তথা বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ ৰ আনুষ্ঠানিক উন্মোচন কাৰ্যসূচী সোমবাৰে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
তিনিচুকীয়াত ফটো সম্বলিত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰৰ সংযোজন। নতুন ব্যৱহাৰ-অনুকূল ভোটাৰ পঞ্জীয়ন প্ৰপত্ৰ তথা বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩ ৰ আনুষ্ঠানিক উন্মোচন কাৰ্যসূচী।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_9539577a34a75096acff2784071f7789.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)