ঐতিহ্যমণ্ডিত সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ কালত মহাবিদ্যালয়খনৰ স্নাতক কলা শাখাৰ ছাত্ৰী চুনেৰা খাতুনে অংকন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন প্ৰতিচ্ছবি তেখেতক উপহাৰস্বৰূপে আগবঢ়ায়৷ বিশেষ উপহাৰটিৰ বাবে ছাত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্রতিভাৱান শিক্ষাৰ্থীগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি আজি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ফেচবুক পেইজত এটা পোষ্ট দিয়াৰ পিছৰে পৰা বিষয়টো সোণাৰিত এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ পোষ্টটো সোণাৰি মহাবিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে শ্বেয়াৰ কৰিছে। মুখ্যমন্ত্ৰীৰ ছবি অংকন কৰি তেওঁক উপহাৰ দিয়া ছাত্ৰী গৰাকীক সকলোৱে ছোচিয়েল মিডিয়াৰ যোগেদি প্ৰশংসা কৰি উপচাই পেলোৱা পৰিলক্ষিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बूंदी नगर परिषद फर्जी पटटा प्रकरण: नगर परिषद ने अपने चहेतो के बना दिये पांच फर्जी पटटे, फिर पत्रावली दबा कर बैठ गये स्वायत शासन मंत्री
बून्दी। नगर परिषद बूंदी द्वारा अक्टूम्बर 2023 मे जारी किए पटटा संख्या 92,93,95,96 तथा 99 को जांच...
વિદેશી દારૂનો જથ્થો ભરેલ ઈકો ગાડી ઝડપી પાડી મુદ્દામાલ સાથે એક ઈસમની અટક કરી.
ધાનપુર પોલિસે રામપુર સીમોડા ફળિયામાં ગતરોજ સાંજે ધાનપુર પોલિસે ઓચિંતી રેડ પાડી ઈકો ગાડીમાં વિદેશી...
Ileana D'Cruz ने दिखाया अपने होने वाले बच्चे के पिता का चेहरा, जानें कौन है वो?
बॉलीवुड एक्ट्रेस इलियाना डिक्रूज (Ileana D'Cruz) जल्द मां बनने वाली हैं। इन दिनों विदेश में रहकर...