ৰঙিয়া মহকুমাৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত বৰডোঙা বটাঁকুছিৰ গাওঁ প্ৰধান আনোৱাৰা আহমেদাৰ বিৰুদ্ধে বিগত বানপানীত ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰোতে সংঘতিত কৰা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে কামৰূপ জিলাৰ উপায়ুক্তক আবেদন দিছিল৷আজি গাওঁবাসীৰ অভিযোগৰ ভিত্তিত কামৰূপ জিলাৰ সহকাৰী উপায়ুক্ত তথা কাৰ্য্যবাহী দণ্ডাধীশ কৌস্তুভ ৰায় কঞাঁ ৰাজহচক্ৰ কাৰ্য্যালয়ত উপস্থিত হোৱাৰ সময়তে গাওঁখনৰ কেইবা শতাধিক পুৰুষ মহিলাই ৰাজহচক্ৰ কাৰ্য্যালয়ত উপস্থিত হৈ গাওঁ প্ৰধান গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷তেওঁলোকে গাওঁ প্ৰধান গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰ্য্যবাহী দণ্ডাধীশ গৰাকীক দাবী জনাই লগতে বানপানীত প্ৰকৃত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ বাবেও দাবী কৰে৷ৰাইজৰ অভিযোগ দণ্ডাধীশ গৰাকীয়ে শুনি সকলো কামে তদন্তৰ ভিত্তিত সমাধান হব বুলি সদৰি কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
70W फास्ट चार्जिंग और 5,000mAh की बैटरी वाली Tecno की ये नई सीरीज जल्द होगी लॉन्च, मिलेंगी कई खूबियां
Tecno अपनी नई सीरीज Camon 30 को जल्द ही भारत में पेश किया जा सकता है। कंपनी ने अपने सोशल मीडिया...
बालक की अभिरुचि जगाने का सशक्त माध्यम हैं अभिरुचि शिविर - राठौर
बालक की अभिरुचि जगाने का सशक्त माध्यम हैं अभिरुचि शिविर - राठौर स्काउट गाइड के अभिरुचि...
પાણીની પરબનું ખાતમુહૂર્ત કરાયું
પાણીની પરબનું ખાતમુહૂર્ત કરાયું
আঠখেলত তীব্ৰবেগী অ'এনজিচি টেংকাৰ আৰু Heavy duty মটৰ চাইকেলৰ সংঘৰ্ষ, ১ জনৰ মৃত্যু আন এজনৰ অতি সংকটজনক
আঠখেলত তীব্ৰবেগী অ'এনজিচি টেংকাৰ আৰু Heavy duty মটৰ চাইকেলৰ সংঘৰ্ষ, ১ জনৰ মৃত্যু আন এজনৰ অতি...