সেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা ওদালগুৰি জিলাৰ লোক সকলৰ পুনৰ সংস্থাপনৰ বাবে আজি অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। আজি ওদালগুৰি মহাবিদ্যায়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাহাৰ্য্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিকী ৰূপত সাহাৰ্য্যৰ চেক সমূহ বিতৰণ কৰে। ইয়াৰ পিছতে ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে জিলা খনৰ ১৭৭১ গৰাকী ক্ষতিগ্ৰস্তক সাহাৰ্য্য প্ৰদান কৰা বুলি জানিব দিয়ে। এই একেটা অনুষ্ঠানত অৰুণোদয় মাহৰো শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী , মাজবাটৰ বিধায়ক চৰণ বড়ো , বিটিচিৰ কাৰ্য্যবাহী সদস্য ড° নিলোড স্বৰ্গিয়াৰী , দাউবৈচা বড়ো , পাৰিষদ দীপক মোড়, ফ্ৰেচ মোছাহাৰীৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रविंद्र भाटी सदन में भजनलाल सरकार से करेंगे ये मांग
सदन की कार्यवाही के पहले दिन रविंद्र सिंह भाटी मीडिया से रुबरु हुए. उन्होंने कहा कि सदन का मंच...
মৰাণৰ শলমাৰিত গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক
মৰাণৰ শলমাৰীত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক ৷ আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুটা হৈছে মৰাণহাট আৰক্ষী...
কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ অধ্যক্ষতাত অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সত অংশ লয় মন্ত্ৰী অতুল বৰায়ে
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ অধ্যক্ষতাত ৰাজ্যসমূহৰ কৃষিমন্ত্ৰী...
Sanjay Singh Arrested: सुषमा स्वराज की बेटी ने संजय सिंह पर कह दी ये बड़ी बात | ED Raid | AAP
Sanjay Singh Arrested: सुषमा स्वराज की बेटी ने संजय सिंह पर कह दी ये बड़ी बात | ED Raid | AAP
ધર્મરત્ન શ્રી રાજાબાપાએ દૂધરેજ ધામ ખાતે દર્શનાર્થે આવીને સુરસાગર ડેરીમાં ભુવાજીએ પધરામણી કરી
સનાતન ધર્મનુ સૌથી મોટું આસ્થા કેન્દ્ર કાશી ધામ મું,કાહવા તા.કડી જીલ્લોઃ મહેસાણાના ભુવાશ્રી...