সোমবাৰে তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্য্যালয় সভাকক্ষত বিভিন্ন বিভাগৰ নডেল বিষয়া সকলৰ উপস্থিতিত কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু নিৰীক্ষণ প্ৰণালী" (CPGRAMS) সন্দৰ্ভত এক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয় ।
তিনিচুকীয়াত কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু নিৰীক্ষণ প্ৰণালী (CPGRAMS) সন্দৰ্ভত প্ৰশিক্ষণ

