দৰং জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ আতংক।*জিলা খনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়া পাৰা পাথৰিঘাট গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফেভাৰ ।*বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। মঙ্গলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই 150 গাহৰি হত্যা কৰি পুতি থলে গাঁতত। আজি ও ছিপাঝাৰৰ বৰমপুৰত হত্যা কৰিলে শতাধিক গাহৰি। কিন্তু তাৰ মাজতে মঙ্গলদৈ বাংলাগড় চকত মুকলি ভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে গাহৰিৰ ৰমৰমীয়া ব্যৱসায়। আনকি ছোৱাইন ফেভাৰ হোৱা ঠাইৰ গাহৰি কম মূল্যত আনি বিক্ৰী কৰাৰ অভিযোগো বিভিন্ন জনৰ মুখে মুখে। এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, আৰু পশু চিকিৎসা বিভাগৰ সু দৃষ্টি কামনা কৰিছে দল সংগঠনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા દક્ષ પટેલ ની કરાયેલ હત્યામામલે કલેકટર કચેરીખાતેપાટીદાર સમાજ દ્વારા આવેદનપત્ર પાઠવવામાં આવ્યું
વડોદરા દક્ષ પટેલ ની કરાયેલ હત્યામામલે કલેકટર કચેરીખાતેપાટીદાર સમાજ દ્વારા આવેદનપત્ર પાઠવવામાં આવ્યું
ડીસાના વાસણામાં રોડ ઉપર ચાલુ બાઈક સળગી
ડીસાના વાસણામાં રોડ ઉપર ચાલુ બાઈક સળગી
सिर्फ भगवान से डरते हैं Desert Tribe की इस Community के लोग,कई बार भूतों से भिड़ने का दावा
सिर्फ भगवान से डरते हैं Desert Tribe की इस Community के लोग,कई बार भूतों से भिड़ने का दावा
કાલોલ ખાતે ગેરકાયદેસર રેતી ભરી જતું એક ટ્રેક્ટર સ્થાનિકોએ અટકાવી મામલતદાર ને સોંપ્યું
કાલોલ નગરમાં ગેરકાયદેસર રીતે રેતી ભરી જતું ટ્રેક્ટર સ્થાનિકોએ અટકાવી મામલતદારને સોંપી દીધુ ...