গোলাঘাটৰ থুৰামুখত ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনৰ ওপৰত বাগৰি পৰিল এখন বালিভৰ্ত্তি ডাম্পাৰ।AS 19B-5940 নম্বৰৰ SWEEFT DIZIRE বাহন খনৰ ওপৰত বাগৰি পৰে AS23CC 4404নম্বৰৰ ডাম্পাৰখন। SWEEFT DIZIRE বাহন খনৰ পাঁচজন আৰোহীৰ তিনিজন বাহনৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় যদিওঁ চালক জন আৰু আন এজন লোক হেঁচা মাৰি ধৰে ডাম্পাৰখনে। দুজন লোক বৰ্তমানেও উলিয়াব পৰা নাই।SWEEFT DIZIRE বাহন খন কলিয়াবৰৰ পৰা মুৰফুলনীৰ কোনো জলজীৱন আঁচনি নিৰ্মাণৰত কামবাবে আহিছিল। SWEEFT DIZIRE বাহন খনৰ আৰোহী কেইজন ক্ৰমে ৰাবুল ইছলাম,চাহাৰুপ ইছলাম,চাহাজমল হুছেইন,কমলউদ্দিন,ইকৰামুল বুলি জানিব পৰা গৈছে।দুজন গুৰুতৰ ভাৱে আহত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
યાત્રાધામ પાવાગઢ ખાતે ઓમ કાલ ગ્રુપના સહયોગથી બાવા બજારના રહેવાસીઓએ માતાજીને 52 ગજની ધજા ચઢાવી.
યાત્રાધામ પાવાગઢ ખાતે ઓમ કાલ ગ્રુપના સહયોગથી બાવા બજારના રહેવાસીઓએ માતાજીને 52 ગજની ધજા ચઢાવી.
Tipu Sultan के रॉकेट अमेरिका कैसे पहुंचे? | Rockets History | Tarikh E669
Tipu Sultan के रॉकेट अमेरिका कैसे पहुंचे? | Rockets History | Tarikh E669
नवरात्रात उपवासाच्या पदार्थाबाबत काळजी घेण्याचे आवाहन
परभणी,दि.30 : सद्या राज्यात सर्वत्र नवरात्रीचा उत्सव मोठ्या प्रमाणात साजरा करण्यात येत आहे....
Nifty Last Trading Session In 2023 | आज फिर बन सकती है Rally? कौन से Zone में करें Buy?|Anuj Singhal
Nifty Last Trading Session In 2023 | आज फिर बन सकती है Rally? कौन से Zone में करें Buy?|Anuj Singhal
દાંતીવાડા ડેમ માં થી ફરીથી 1 ગેટ મારફતે નદી માં પાણી છોડવામાં આવ્યું.
દાંતીવાડા ડેમ માં થી ફરીથી 1 ગેટ મારફતે નદી માં પાણી છોડવામાં આવ્યું.