গোলাঘাটৰ থুৰামুখত ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনৰ ওপৰত বাগৰি পৰিল এখন বালিভৰ্ত্তি ডাম্পাৰ।AS 19B-5940 নম্বৰৰ SWEEFT DIZIRE বাহন খনৰ ওপৰত বাগৰি পৰে AS23CC 4404নম্বৰৰ ডাম্পাৰখন। SWEEFT DIZIRE বাহন খনৰ পাঁচজন আৰোহীৰ তিনিজন বাহনৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় যদিওঁ চালক জন আৰু আন এজন লোক হেঁচা মাৰি ধৰে ডাম্পাৰখনে। দুজন লোক বৰ্তমানেও উলিয়াব পৰা নাই।SWEEFT DIZIRE বাহন খন কলিয়াবৰৰ পৰা মুৰফুলনীৰ কোনো জলজীৱন আঁচনি নিৰ্মাণৰত কামবাবে আহিছিল। SWEEFT DIZIRE বাহন খনৰ আৰোহী কেইজন ক্ৰমে ৰাবুল ইছলাম,চাহাৰুপ ইছলাম,চাহাজমল হুছেইন,কমলউদ্দিন,ইকৰামুল বুলি জানিব পৰা গৈছে।দুজন গুৰুতৰ ভাৱে আহত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ind Vs Pak: बशीर चाचा ने खोली पाकिस्तान की पोल, बोले- नीली शर्ट देखते ही...
Ind Vs Pak: बशीर चाचा ने खोली पाकिस्तान की पोल, बोले- नीली शर्ट देखते ही...
Gehlot, Shivraj, Bhupesh, KCR किसकी सरकार रिपीट हो रही? Netanagri । Rajdeep Sardesai । Rahul
Gehlot, Shivraj, Bhupesh, KCR किसकी सरकार रिपीट हो रही? Netanagri । Rajdeep Sardesai । Rahul
બનાસકાંઠા જિલ્લાના દાંતામાં વધુ 9 ટ્રેક્ટરની 36 લાખ ની છેતરપિંડી સામે આવી...
બનાસકાંઠા જિલ્લાના દાંતામાં વધુ 9 ટ્રેક્ટરની 36 લાખ ની છેતરપિંડી સામે આવી...
WHO ने दी वॉर्निंग, Viral Hepatitis से हो रही लाखों मौतें, जानें कैसे बचें? | Sehat ep 910
WHO ने दी वॉर्निंग, Viral Hepatitis से हो रही लाखों मौतें, जानें कैसे बचें? | Sehat ep 910