ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গগ মৰাণ পৰীবাণু পথত নিৰ্মিত ব্ৰক্ষ্মপুত্ৰ হস্পিতেলৰ বিভিন্ন বিভাগৰ বিভিন্ন পদত হোৱা নিযুক্তিৰ অনিয়ম সন্দৰ্ভভ অভিযোগ তুলি টাই আহোম যুৱ ছাত্ৰ পৰিষদ অসম (টাইপা) আৰু মৰাণ মহকুমা সমিতিয়ে আন্দোলনৰ হুংকাৰ দিয়ে। মৰাণ ৰাজহ চক্ৰ বিষয়া শ্ৰাবনা সোনোৱালৰ ওচৰত এখন স্মাৰক পত্ৰ অৰ্পন কৰি অতি।সোনকালে উচিত কাৰ্য্য ব্যৱস্থা লৱলৈ আহ্বান জনাই।
মৰাণৰ নৱ নিৰ্মিত ব্ৰক্ষ্মপুত্ৰ হস্পিতেলৰ বিভিন্ন পদত নিযুক্তিৰ অনিয়মৰ অভিযোগত টাইপাই দিছে আন্দোলনৰ হুংকাৰ।

