দৰং জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ আতংক।*জিলা খনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়া পাৰা পাথৰিঘাট গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফেভাৰ ।*বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। মঙ্গলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই 150 গাহৰি হত্যা কৰি পুতি থলে গাঁতত। আজি ও ছিপাঝাৰৰ বৰমপুৰত হত্যা কৰিলে শতাধিক গাহৰি। কিন্তু তাৰ মাজতে মঙ্গলদৈ বাংলাগড় চকত মুকলি ভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে গাহৰিৰ ৰমৰমীয়া ব্যৱসায়। আনকি ছোৱাইন ফেভাৰ হোৱা ঠাইৰ গাহৰি কম মূল্যত আনি বিক্ৰী কৰাৰ অভিযোগো বিভিন্ন জনৰ মুখে মুখে। এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, আৰু পশু চিকিৎসা বিভাগৰ সু দৃষ্টি কামনা কৰিছে দল সংগঠনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરામાં ૪૦૦ પશુના મોત,૧૦૦ ગામમાં દાડમના પાકને નુક્સાન.....
ધાનેરામાં 400 પશુના મોત, 100 ગામમાં દાડમના પાકને નુકસાન...
બિપરજોય વાવાઝોડાની...
અમદાવાદ રિવરફ્રન્ટ: આસમાન માં લેજર લાઈટ નો અદભુદ શો, તમે ક્યારે નહિ જોયો હોય આવું નજારો, sms news
અમદાવાદ રિવરફ્રન્ટ: આસમાન માં લેજર લાઈટ નો અદભુદ શો, તમે ક્યારે નહિ જોયો હોય આવું નજારો, sms news
લોટ ના નિકાસ પર પ્રતિબંધ પછી હવે ઘઉંના ભાવમાં થયો ઘટાડો, હજી પણ MSP થી વધુ ચાલી રહ્યો છે ભાવ
ઘઉંની નિકાસ પર પહેલેથી જ મૂકવામાં આવ્યો છે પ્રતિબંધ
દેશમાં ઘઉંના જથ્થાને સુનિશ્ચિત કરવા અને...
6 एयरबैग वाले गाड़ी से सफर कर जिंदगी को सुरक्षित बनाएं.....
6 एयरबैग वाले गाड़ी से सफर कर जिंदगी को सुरक्षित बनाएं.....
VinFast Auto: भारत में इलेक्ट्रिक कार बेचेगी ये वियतमानी कंपनी! ग्लोबल मार्केट में Tesla और BYD को देती है टक्कर
भारत में लगातार बढ़ रही इलेक्ट्रिक कारो की मांग के बीच Tesla और VinFast Auto जैसी विदेशी ईवी...