মৰিগাঁৱৰ মৈৰাবাৰীত পুনৰ দুজন জেহাদী আটক । আনচাৰুল্লা বাংলা টীমৰ সৈতে জড়িত আছিল দুয়ো । যোৱা নিশা মৰিগাঁৱৰ dsp ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ইক্রামূল হুছেইন আৰু মুছাদ্দিক ইছলামক মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা গ্ৰেপ্তাৰ কৰে । ইক্রামূল হুছেইনৰ ঘৰ মৈৰাবাৰীত আৰু মুছাদ্দিক ইছলামৰ ঘৰ নগাঁৱত । ইমামৰ বেশত আছিল দুই জেহাদী । জেৰাৰ পিছতে আহিছে ডাঙৰ খবৰ মৰিগাঁও মিলনপুৰত চলিছিল জেহাদিৰ প্ৰশিক্ষণ । লগতে জেহাদিৰ কাৰ্যকলাপত জড়িত থকাৰ বহু তথ্য পোহৰলৈ আহিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कैसे बचाये पतंग की डोरी से जान देखिये ये वीडियो DJ BOY JR & JINGNESH PATEL
कैसे बचाये पतंग की डोरी से जान देखिये ये वीडियो DJ BOY JR & JINGNESH PATEL
एक...
રાધનપુર : બાઇક લઇને ઉભેલા ચાલકને બોલેરો ચાલકે મારી ટક્કર | SatyaNirbhay News Channel
રાધનપુર : બાઇક લઇને ઉભેલા ચાલકને બોલેરો ચાલકે મારી ટક્કર | SatyaNirbhay News Channel
कासारीच्या उपसरपंचपदी रोहिणी रासकर बिनविरोध
कासारीच्या उपसरपंचपदी रोहिणी रासकर बिनविरोध
आकाश भोरडे
तळेगाव...
Chamomile Tea Benefits: अगर आप भी रातभर बदलते रहते हैं करवटें, तो पीएं कैमोमाइल टी, जानें इसके अन्य फायदे
बाजार में कई तरह की हर्बल टी मिलती हैं जिन्हें सेहत के लिए काफी फायदेमंद माना जाता है। इन्हीं में...
সোণাৰিৰ ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ
সোণাৰিৰ ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ।
সোণাৰিৰ অগ্ৰণী শিক্ষানুষ্ঠান এলিট একাডেমিত আজি...