মৰিগাঁৱৰ মৈৰাবাৰীত পুনৰ দুজন জেহাদী আটক । আনচাৰুল্লা বাংলা টীমৰ সৈতে জড়িত আছিল দুয়ো । যোৱা নিশা মৰিগাঁৱৰ dsp ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ইক্রামূল হুছেইন আৰু মুছাদ্দিক ইছলামক মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা গ্ৰেপ্তাৰ কৰে । ইক্রামূল হুছেইনৰ ঘৰ মৈৰাবাৰীত আৰু মুছাদ্দিক ইছলামৰ ঘৰ নগাঁৱত । ইমামৰ বেশত আছিল দুই জেহাদী । জেৰাৰ পিছতে আহিছে ডাঙৰ খবৰ মৰিগাঁও মিলনপুৰত চলিছিল জেহাদিৰ প্ৰশিক্ষণ । লগতে জেহাদিৰ কাৰ্যকলাপত জড়িত থকাৰ বহু তথ্য পোহৰলৈ আহিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Google Maps vs MAPPLS: भारतीयों के लिए कौन सा ऑप्शन है बेस्ट, नेविगेशन में होंगे मददगार
अगर आप नेविगेशन के लिए गूगल मैप्स का इस्तेमाल करते हैं और कभी-कभी आपको परेशानी का सामना करना...
JORHAT LIFTS GRIFFON CHALLENGE WOMEN’S CRICKET TROPHY
SIVASAGAR : Jorhat Women's Cricket Club lifted the 2nd All Assam Griffon Challenge Trophy...