যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বিৰষুণৰ ফলত আজি সোণাৰি নগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ইয়াৰ ফলত নগৰৰ খনৰ সৰহসংখ্যাক অঞ্চল প্লাবিত হৈ পৰাত স্থানীয় বাসিন্দা সকলৰ দৈনিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে। নগৰখনৰ ঐতিহ্যমণ্ডিত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু সংখ্যক শ্ৰেণী কোঠা বৰষুণৰ পানী সোমাই যোৱাৰ উপৰিও প্ৰাংগণত এক আঁঠু পৰ্যন্ত পানী হৈ যোৱাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল বিদ্যালয়ত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হব লগা হয়। বিদ্যালয়খনৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণী সমূহত বৰষুণৰ পানী সোমাই যোৱাত বিদ্যালয় কৰ্তৃপক্ষই সেই শ্ৰেণী সমূহৰ পাঠদান বাতিল কৰিব লগা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2024 Futures Trading | Business |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका?
2024 Futures Trading | Business |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा...
PM Modi Bhutan Visit: PM मोदी ने भूटान में भारत के सहयोग से बने अस्पताल का किया उद्घाटन
PM Modi Bhutan Visit: PM मोदी ने भूटान में भारत के सहयोग से बने अस्पताल का किया उद्घाटन
Sonitpur observes District day cycle rally today
Tezpur: To commemorate the district formation day of Sonitpur district on August 3, 1983 from...
ભરૂચ જિલ્લામાં 2 વર્ષ બાદ દુર્ગાષ્ટમી મહોત્સવનો ઉત્સાહ
#buletinindia #gujarat #bharuch
পুখুৰীত পৰি এটি ডেৰ বছৰীয়া শিশুৰ কৰুণ মৃত্যু
নগৰবেৰাৰ বিদ্যানগৰ-ৰূপাহাৰাত সংঘটিত হৈছে এক অঘটন। পানীত পৰি এটি শিশুৰ কৰুণ মৃত্যু হোৱাৰ খবৰ...