নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আজি বৰভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷আজি দিনৰ বাৰবজাত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সমৰজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ২০২২ চনৰ হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰছাত্ৰী আৰু বিদ্যালয় সমূহৰ মুৰব্বী সকলক সম্বৰ্ধনা জনাই৷সভাত প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদক তফিকউদ্দিন আহমেদ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ মহন্ত,আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,কাৰ্য্যনিৰ্বাহ সদস্য ৰিয়াজুদ্দিল আহমেদ,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজিৎ পাঠক,সম্পাদক অক্ষয় ডেকাকে ধৰি কেইবাগৰাকীও আছু কৰ্মী অতিথি হিচাবে উপস্থিত থাকে৷তদুপৰি সভাত অভিভাৱক,ৰাইজ,শিক্ষানুষ্ঠানৰ মুৰব্বী ছাত্ৰছাত্ৰীয়ে সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰঙত আন্ত: আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা
দৰঙত আৰম্ভ হৈছে আন্ত: আৰক্ষী থানা ফুটবল প্ৰতিযোগিতা৷ আজি দলগাঁও টাউন খেলপথাৰত অনুষ্ঠিত এখন...
Ajit Pawar यांनी Vidhan Sabha अधिवेशनात सत्ताधारी बाकाला दिलं हे उत्तर... #Shorts
Ajit Pawar यांनी Vidhan Sabha अधिवेशनात सत्ताधारी बाकाला दिलं हे उत्तर...
স্বাধীনতাৰ অমৃত মহোৎসৱৰ উপলক্ষে সাপেখাতী আটাল কঠিয়াখুণ্ডাত শোভাযাত্ৰা।
- স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰাকক্ষণত ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসুচী
- সাপেখাতী আটাল কঠিয়া খুণ্ডা...
પાલિતાણા સમસ્ત મહાજન સહિત દ્વારા કલેક્ટર કચેરી ખાતે બેઠક
પાલિતાણા સમસ્ત મહાજન સહિત દ્વારા કલેક્ટર કચેરી ખાતે બેઠક
Ram Mandir की प्राण प्रतिष्ठा से पहले रामलला की 51 इंच ऊंची, 1.5 टन वजनी मूर्ति की खास बातें
Ram Mandir की प्राण प्रतिष्ठा से पहले रामलला की 51 इंच ऊंची, 1.5 टन वजनी मूर्ति की खास बातें