কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী ঠাই পূৰ্নখুমডুম হীৰাপাৰাত আজি সন্ধিয়া মহিলা সকলে মিলিত হৈ এখন সজাগতা মূলক সভা অনুষ্ঠিত কৰে৷স্থানীয় পূৰ্নখুমডুম হীৰাপাৰা এল পি স্কুল প্ৰাংগনত বিশিষ্ট সাংবাদিক নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে যুৱ সমাজকৰ্মী অক্ষয় হুজুৰীয়ে৷সভাত বিগত কিছুদিন ধৰি চুবুৰীটোত অবাধে মদ ভাংৰ বিক্ৰী তথা সেৱন বন্ধ কৰাৰ বাবে মহিলা সকলে অভিযান চলাইছিল৷উক্ত অভিযানত মহিলা সকল যথেষ্ট সফল হৈছে৷কিন্তু পৰিতাপৰ বিষয় যে মহিলাৰ সজাগতাৰ ওপৰত বিভিন্ন বাতৰি চায় একাংশ লোক তথা দুই এজনী মহিলাই ফেচবুক যোগে অসাংবিধানিক মন্তব্য দিয়াত জাঙুৰ খাই উঠিছে মহিলা সকল৷তেওঁলোকে সভাতে সেইসকল বিবেকহীন লোকক সকিয়াই দি কয় যে সাহসিকতাৰে তোমালোকো আমাৰ লগত সহযোগ কৰা৷আমি ৰাইজৰ পক্ষে আছো৷সভাত সাংবাদিক প্ৰাঞ্জল কলিতাই মহিলা সকলক সাহস দি কয় যে আমি আপোনালোকৰ লগত আছো৷সভাত সমাজকৰ্মী নুৰ হুছেইন,ৰজনী হীৰা আদি কৰি কেইবাজনো লোকে মহিলা সকলক অভয় দি বক্তব্য দিয়ে৷ৰাইজৰ সহাৰি পায় মহিলা সকলে কয় যে সুৰামুক্ত হীৰাপাৰা নোহোৱালৈকে আমাৰ অভিযান চলি থাকিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
# বাসুদেৱ থান নৰোৱা সত্ৰত শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান সফল সামৰণি#
আমাৰ খবৰ,ঢকুৱাখনা,১০ জানুৱাৰী:-
ঢকুৱাখনাৰ পশ্চিম প্ৰান্তত অবস্হিত ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহ
# বাসুদেৱ থান নৰোৱা সত্ৰত শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত স্মাৰক বক্তৃতা আৰু বঁটা...
इन यूजर्स की हुई मौज! Google Messages में Gemini AI से कर सकते हैं अब चैट
गूगल मैसेज (Google Messages) का इस्तेमाल करते हैं तो ये जानकारी आपके काम की हो सकती है। बहुत जल्द...
सुप्रीम कोर्ट ने सद्गुरु के खिलाफ केस बंद किया:कहा- दोनों लड़कियां बालिग, वे स्वेच्छा से आश्रम में रह रहीं
सुप्रीम कोर्ट ने दो लड़कियों को कथित तौर पर बंधक बनाने के मामले में सद्गुरु जग्गी वासुदेव के ईशा...
CNG Car Kit: बाजार से सीएनजी किट लगवाने से पहले रखें इन बातों का ध्यान, कभी नहीं होंगे परेशान
पेट्रोल और डीजल की कीमतों के कारण कई लोग अपनी कार को चलाने से परहेज करते हैं। वहीं कुछ लोग अपनी...
श्री संत सेवालाल महाराज प्रवेशद्वार बोरतळा पाटी भुमीपुजन सोहळा आ. संजय बनसोडे यांच्या हस्ते संपन्न
श्री संत सेवालाल महाराज प्रवेशद्वार बोरतळा पाटी भुमीपुजन सोहळा आ. संजय बनसोडे यांच्या हस्ते संपन्न