কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী ঠাই পূৰ্নখুমডুম হীৰাপাৰাত আজি সন্ধিয়া মহিলা সকলে মিলিত হৈ এখন সজাগতা মূলক সভা অনুষ্ঠিত কৰে৷স্থানীয় পূৰ্নখুমডুম হীৰাপাৰা এল পি স্কুল প্ৰাংগনত বিশিষ্ট সাংবাদিক নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে যুৱ সমাজকৰ্মী অক্ষয় হুজুৰীয়ে৷সভাত বিগত কিছুদিন ধৰি চুবুৰীটোত অবাধে মদ ভাংৰ বিক্ৰী তথা সেৱন বন্ধ কৰাৰ বাবে মহিলা সকলে অভিযান চলাইছিল৷উক্ত অভিযানত মহিলা সকল যথেষ্ট সফল হৈছে৷কিন্তু পৰিতাপৰ বিষয় যে মহিলাৰ সজাগতাৰ ওপৰত বিভিন্ন বাতৰি চায় একাংশ লোক তথা দুই এজনী মহিলাই ফেচবুক যোগে অসাংবিধানিক মন্তব্য দিয়াত জাঙুৰ খাই উঠিছে মহিলা সকল৷তেওঁলোকে সভাতে সেইসকল বিবেকহীন লোকক সকিয়াই দি কয় যে সাহসিকতাৰে তোমালোকো আমাৰ লগত সহযোগ কৰা৷আমি ৰাইজৰ পক্ষে আছো৷সভাত সাংবাদিক প্ৰাঞ্জল কলিতাই মহিলা সকলক সাহস দি কয় যে আমি আপোনালোকৰ লগত আছো৷সভাত সমাজকৰ্মী নুৰ হুছেইন,ৰজনী হীৰা আদি কৰি কেইবাজনো লোকে মহিলা সকলক অভয় দি বক্তব্য দিয়ে৷ৰাইজৰ সহাৰি পায় মহিলা সকলে কয় যে সুৰামুক্ত হীৰাপাৰা নোহোৱালৈকে আমাৰ অভিযান চলি থাকিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સોમનાથ મંદિરમાં ઉમટ્યું ભક્તોનું ઘોડાપુર
સોમનાથ મંદિરમાં ઉમટ્યું ભક્તોનું ઘોડાપુર
ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಆದಷ್ಟು ಬೇಗ SC, ST ಸಮುದಾಯದವರಿಗೆ ಒಳ ಮೀಸಲಾತಿ ಕಲ್ಪಿಸಬೇಕೆಂದು ' ವಿಶ್ವ ಆದಿಜಾಂಬವ ಮಹಾಸಭಾ'ದ ರಾಜ್ಯಾಧ್ಯಕ್ಷರಾದ ಡಾ. ಭೀಮರಾಜು ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಆಗಸ್ಟ್ 10, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು ' ಸಾಮಾಜಿಕ ನ್ಯಾಯಕ್ಕಾಗಿ ಪರಿಶಿಷ್ಟ ಜಾತಿಗಳ ಒಲಮೀಸಲಾತಿ...
સાંતલપુર તાલુકાની આંગણવાડી કાર્યકર બહેનો ધરણા પ્રદર્શનમાં જોડાઈ
સાંતલપુર તાલુકાની આંગણવાડી કાર્યકર બહેનો જીલ્લા કચેરીએ યોજાયેલ ધરણા પ્રદર્શનમાં જોડાઈ હતી જેમાં...
રૂ.૨૭,૦૦૦/-નાં ભારતીય બનાવટનાં ઇંગ્લીશ દારૂનાં જથ્થા સહિત કુલ રૂ.૨,૨૭,૦૦૦/-નાં
મુદ્દામાલ સાથે એક ઇસમને ઝડપી પાડતી લોકલ ક્રાઇમ બ્રાન્ચ,ભાવનગર
ભાવનગર, એલ.સી.બી. સ્ટાફનાં માણસો દરિયાઇ વિસ્તારનાં ગામડાઓમાં કોમ્બીંગ
નાઇટ રાઉન્ડમાં...
মৰাণ খটখটি চাহ বাগিচাত আদৰ্শ অংগনৱাডী কেন্দ্ৰৰআধাৰশিলা স্থাপন।কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বৰডবা গাঁও পঞ্চায়তৰ অন্তৰ্গত খটখটি চাহবাগিচাত নতুন কৈ নিৰ্মান হ'ব...