নলবাৰী জিলাৰ বৰভাগ প্ৰেছক্লাৱৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহ সভা আজি পূৱা ১১ বজাত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়৷প্ৰেছক্লাৱৰ সভাপতি ৰমেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সম্পাদক হিমজ্যোতি ভূঞাই৷সভাত উপদেষ্টা ৰমেন কলিতা,কাৰ্য্যকৰি সভাপতি কিশোৰ কলিতা,পত্ৰিকা সম্পাদক দণ্ডীৰাম দাস,সহকাৰী সম্পাদক পংকজ কলিতা,সদস্য অৰবিন্দ চক্ৰবৰ্ত্তী,উপসভাপতি নৰেন শৰ্মাই প্ৰেছক্লাৱৰ কাৰ্য্যপন্থা আৰু ভবিষ্যতে লৱ লগা পদক্ষেপৰ বিষয়ে আলোকপাত কৰে৷উক্ত সভাতে আগন্তুক জানুৱাৰী মাহত ক্লাৱৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷উক্ত অধিবেশনত বৰভাগৰ সমাজজীৱনৰ লগত জৰিত থকা এজন জ্যেষ্ঠ লোকক বটাঁ প্ৰদান কৰাৰ লগতে এখন পত্ৰিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়৷সভাত উপসভাপতি আব্দুল কাদেৰ আহমেদ,সদস্য কৃষ্ণ কলিতা,কৰেন কলিতা গনেশ নমঃশূদ্ৰ,ৰাজু কলিতাও উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદર માં પૂર્વ મુખ્યંત્રીશ્રી એ શું કહ્યું..?
દિયોદર માં પૂર્વ મુખ્યંત્રીશ્રી એ શું કહ્યું
অসম ষ্টেট ওৱাৰ্কাৰ এছোচিয়েচনৰ অবৈতনিক মিটাৰ ৰিডাৰ কৰ্মচাৰীৰ দ্বাৰা টংলাত উত্তাল প্ৰতিবাদ
অসম ষ্টেট ওৱাৰ্কাৰ এছোচিয়েচনৰ অবৈতনিক মিটাৰ ৰিডাৰ কৰ্মচাৰীৰ দ্বাৰা টংলাত উত্তাল প্ৰতিবাদ
...
Mahua Moitra Row: महुआ मोइत्रा ने एथिक्स कमेटी से मांगा और समय, पेश न हो पाने की बताई ये आठ वजहें
नई दिल्ली। अपने खिलाफ रिश्वतखोरी के आरोपों के बीच टीएमसी सांसद महुआ मोइत्रा चार नवंबर को...