স্বাধীনতা দিৱস উপলক্ষে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে বাহিৰ কৰিছে এক বিশাল বাইচাইকেল ৰেলী

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে চিলাপথাৰত বাহিৰ কৰিছে এক বিশাল বাইচাইকেল ৰেল। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় ৰ পৰা বাহিৰ কৰা এই বাইচাইকেল ৰেলীত কলেজখনৰ প্ৰাৰ ২ হেজাৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰিছে বুলি অধ্যক্ষ ড০ ৰণজিৎ শইকীয়াই জানিব দিয়ে।