টিংখাঙৰ শলগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয় খেলপথাত দেওবাৰে অনুষ্ঠিত হয় ১৩ বছৰ অনুৰ্দ্ধ প্ৰাইজমণি আমন্ত্ৰণ মূলক এদিনীয়া ফুটবল প্ৰতিযোগিতা। শলগুৰি টিপমীয়া ফুটবল কচিং চেন্টাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত শলগুৰি টিপমীয়া ফুটবল কচিং চেন্টাৰ দুবছৰীয়া প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত হয় এই ফুটবল প্ৰতিযোগিতা খেলখন। উক্ত প্ৰতিযোগীতাখনিৰ লগত সংগতি ৰাখি প্ৰথমে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ অশোক গগৈয়ে। খেলখন উদ্বোধন কৰে টিংখাং ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডা:পিতাম্বৰ তাঁতীয়ে। উক্ত কায্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সবেশ্বৰ মিলি লগতে শলগুৰি টিপমীয়া ফুটবল কচিং চেন্টাৰ বিষয়ববীয়া সকল তথা বহু সংখ্যক ফুটবল প্ৰেমী ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাত বিশ্ব পৰিবেশ দিৱস পালন।সুবাস ৰহাৰ গছপুলি ৰোপন আৰু ১৩গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।
সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
...
દિવ્યાંગ બાળકો ગરબે ગુમ્યા ક્યા વાંચો
બી.આર.સી ખેડબ્રહ્મા ખાતે નવરાત્રી યોજાઇ
બીઆરસી ખેડબ્રહ્મામાં રિસોર્સ રૂમમાં આવતા દિવ્યાંગ બાળકો...
A Glimpse into Jain Tradition: Adhyatma Nagari's Grand Entry
A Glimpse into Jain Tradition: Adhyatma Nagari's Grand Entry
Newzdaddy Spiritual News Updates...
ખંભાત વિધાનસભા માટે આમ આદમી પાર્ટીએ ઉમેદવાર બદલ્યો : શિક્ષિત યુવાનને આપી ટીકીટ
ખંભાત વિધાનસભા માટે આમ આદમી પાર્ટીએ ઉંદેલના ભરતસિંહ ચાવડાને ટીકીટ ફાળવી હતી.પરંતુ માત્ર બે જ...
ઉમરાળા તાલુકાના રતનપર ગામેથી હાર જીતનો જુગાર રમતા ત્રણ જુગારીઓ ઝડપાયા
ઉમરાળા તાલુકાના રતનપર ગામેથી હાર જીતનો જુગાર રમતા ત્રણ જુગારીઓ ઝડપાયા