দৰঙত দৈনিক বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ আৰু জাপানীজ এনকেফেলাইতিজ সদৃশ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা।* *বৰ্তমানলৈ 15 জন লোকৰ দেহত ধৰা পৰিছে এই ৰোগ।*

*ইয়াৰে 5 জন জাপানীজ এনকেফেলাইটিছ ৰোগত আৰু বাকী 10 জন জাপানীজ এনকেফেলাইতিজ সদৃশ ৰোগত আক্ৰান্ত হৈছে।*

*জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত 4 জন GMCH চিকিসাধীন হৈ থকাৰ লগতে এজন মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিসাধীন হৈ আছে।*

*জাপানীজ এনকেফেলাইতিজ সদৃশ ৰোগত আক্ৰান্ত আঠ গৰাকী লোক বৰ্তমান সুস্থ হোৱাৰ বিপৰীতে 2 জন GMCH ত চিকিৎসাধীন বুলি জানিবলৈ দিছে জিলা মেলেৰিয়া বিষয়া গৰাকীয়ে।*