NEET পৰীক্ষাত উজ্বলিল মাজুলীৰ ত্ৰিনয়ন পেগু। ত্ৰিনয়ন পেগু মাজুলীৰ চুমৈমাৰি গাঁৱৰ । অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰ।