আজি শনিবাৰে নিশা গোগ এল পি স্কুলত ইউছুফ আলীৰ সভাপতিত্বতএখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ গোগ গাঁৱৰ আমতল নতুন মছজিদ আৰু কাজী চুবা মছজিদ সমিতিৰ উদ্যোগত গোগ গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত এই সভাত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত গোগ-ৰাধাকুছি সীমাত নতুনকৈ বসতি স্থাপন কৰা মৰ্জিনা বেগম আৰু তেওঁ বিবাহিতা জীয়াৰীয়ে গোগ আমতল নতুন মছজিদ আৰু কাজী চুবা মছজিদৰ ৰাইজৰ প্ৰতিনিধিক অভব্য ব্যৱহাৰ আৰু আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি তাৰ প্ৰতিলিপি স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কামৰূপ জিলা আৰক্ষী অধীক্ষক,বাইহাটা চাৰিআলি চক্ৰ আৰক্ষী পৰিদৰ্শক, বাইহাটা চাৰিআলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्यमंत्री थांबले अन् पोलिसांचाही जीव भांड्यात पडला, नेमकं काय झालं? Shinde vs Aaditya Thackeray
मुख्यमंत्री थांबले अन् पोलिसांचाही जीव भांड्यात पडला, नेमकं काय झालं? Shinde vs Aaditya Thackeray
આબુ રોડ નજીક લૂંટ વિથ મર્ડરના બે આરોપીઓને પોલીસે ઝડપ્યા
રાજસ્થાનના આબુરોડ રીકો મવાલ પાસે થોડા દિવસ અગાઉ થયેલી લૂંટ વિથ મર્ડરના આરોપીઓને રાજસ્થાન પોલીસે...
Delhi Crime: दक्षिणी दिल्ली में घर में पंखे से लटकी मिली महिला, सुसाइड का शक
दक्षिणी दिल्ली के देवली गांव में एक महिला अपने घर में फांसी लटकी मिली है। पुलिस ने बताया कि एक 20...
Renault Kardian SUV ग्लोबल मार्केट में हुई पेश, ऑल ब्लैक इंटीरियर से है लैस
Renault Kardian SUV debuts In Global Market कार्डियन की लंबाई 4.12 मीटर है और यह डुअल-टोन...