দৰং জিলা উপায়ুক্ত কায্যালয়ৰ সভাকক্ষত আজি পঞ্চদশ বিত্তীয় আয়োগৰ আচনি সমুহৰ অনুমোদনৰ বাবে District level adviisory cum monitoring commitee ৰ meeting আজি জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৷সভাত দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া ,মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস ডাঙৰীয়া ,চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া,দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা ,জিলা পৰিষদ সদস্য -সদস্যা সকল আৰু পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷