যোৱা ২৯ জুলাইত বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়া বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে সৰৱ হৈ উঠিছে টাই আহোম যুৱ পৰিষদ অসম। আহোম জাতিক হেয় প্ৰতিপন্ন কৰিব বিচৰা এই কাৰ্যত ক্ষুণ্ণ হৈ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে কালি সোণাৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिला काँग्रेसतर्फ्रे टोल फ्री क्रमांक Mahila Congress toll free number #khabarbat #india #live
महिला काँग्रेसतर्फ्रे टोल फ्री क्रमांक Mahila Congress toll free number #khabarbat #india #live
રાજુલા-જાફરાબાદ- ખાંભા 98 માં આમ આદમી પાર્ટીના ઉમેદવાર ભરત બળદાણીયા લડશે ચૂંટણી
આજ રોજ આમ આદમી પાર્ટી ગુજરાત દ્વારા 8 મી ઉમેદવારોની યાદી બહાર પાડવામાં આવી છે. તેમાં રાજુલા -...
Uttarkashi Tunnel Rescue: उत्तरकाशी की सुरंग में 40 नहीं 41 मजदूर फंसे, राहत-बचाव का कार्य रुका
Uttarkashi Tunnel Rescue: उत्तरकाशी की सुरंग में 40 नहीं 41 मजदूर फंसे, राहत-बचाव का कार्य रुका
আজি শ্বহীদ দিৱস:-ৰহা আছুৰ বীৰ শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন।
আজি শ্বহীদ দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে ৰহাতো শ্বহীদ দিৱস পালন।
সদৌ অসম ছাত্ৰ...
Morbi Breaking | મોરબીનો ઝૂલતો પુલ તૂટ્યો અનેક લોકો પુલ પરથી પટકાયા જુવો વિડિયો @Good Day Gujarat
Morbi Breaking | મોરબીનો ઝૂલતો પુલ તૂટ્યો અનેક લોકો પુલ પરથી પટકાયા જુવો વિડિયો @Good Day Gujarat