বিশ্বনাথ জিলা গহপুৰ মহকুমা ITDP বৰ্ডৰ পৰা কৃষক সকলে কৃষি কাৰ্যৰ জৰিয়তে স্বাভলম্ভী হ'বৰ বাবে প্ৰাৰম্ভিক পৰ্য্যায়ত আজি প্ৰথমে ৭ জন কৃষক Powe tiler বিতৰণ কৰে ITDP বৰ্ডৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত খগেন পেগু ডাঙৰীয়াই।আজিৰ সেই গুৰুত্বপূৰ্ণ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া, মহকুমা মহকুমাধিপতি শ্ৰীযুত দিপন বৰ্মন ডাঙৰীয়া, মহকুমা কল্যাণ বিষয়া শ্ৰীযুত নমিতা বৰা ডেকা ডাঙৰীয়ানী, গহপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ পাঁচটা মণ্ডলৰ সন্মানীয় সভাপতি সকল, OBC DEVLOPMENT BORD ৰ অধ্যক্ষ শ্ৰীযুত নোমল বৰুৱা ডাঙৰীয়া, ST welfare board অধ্যক্ষ শ্ৰীযুত অনিল বসুমতাৰী ডাঙৰীয়া,লোহিতমূখ জিলা পৰিষদৰ সদস্য লক্ষ্যনাথ মিলি ডাঙৰীয়া,MAC GM ৰেখা পেগু কুটুম ডাঙৰীয়ানী, পৌৰসভাৰ সদস্য সদস্যা সকল, ITDP ৰ সদস্য সদস্যা সকল।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ৮ নৱেম্বৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ধেমাজি প্ৰশাসনৰ প্ৰস্তুতিঃ ৪ সমষ্টিৰ ৮০৯৩ জন ভোটাৰে সাব্যস্ত কৰিব ভোটদান 
 
                      ৮ নৱেম্বৰত দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ধেমাজি প্ৰশাসনৰ প্ৰস্তুতি//৪ সমষ্টিৰ ৮০৯৩ ভোটাৰে...
                  
   India Swachha League ৰ লগত সংগতি ৰাখি তিনিচুকীয়া পৌৰসভাৰ স্বচ্ছতা অভিযান আৰু সজাগতা ৰেলী 
 
                      শনিবাৰে পুৱা India Swachha League ৰ লগত সংগতি ৰাখি তিনিচুকীয়া পৌৰসভাৰ স্বচ্ছতা অভিযান আৰু সজাগতা...
                  
   Unique Celebration: 38 पोतों और पड़पोतों ने मनाया दादी का 101वां जन्मदिन, हाथों से धोए पैर 
 
                      जैसलमेर. पश्चिमी राजस्थान में भारत-पाकिस्तान के बॉर्डर पर स्थित जैसलमेर जिले में एक बुजुर्ग महिला...
                  
   કંડાચ ગામના ઈસમે વિડીઓ વાઈરલ કરી વેજલપુર પોલીસ ઉપર લગાવ્યા ગંભીર આક્ષેપ. 
 
                      કાલોલ તાલુકાના કંડાચ ગામના મનોજકુમાર રતિલાલ તુરી દ્વારા ચાર મિનિટ ઉપરાંત નો વિડીયો વાયરલ કરી...
                  
   અમદાવાદના સિંધુ ભવનરોડ પર ચાલુ એક્ટિવા પર ઉભો થઈ જોખમી સ્ટંટ કરવું યુવકને ભારે પડ્યું,પોલીસે દબોચ્યો 
 
                      અમદાવાદના સિંધુ ભવનરોડ પર ચાલુ એક્ટિવા પર ઉભો થઈ જોખમી સ્ટંટ કરવું યુવકને ભારે પડ્યું,પોલીસે દબોચ્યો
                  
   
  
  
  
  
  
   
  