মাজুলীত উপায়ুক্ত ৰ নিৰ্দেশ নামানে একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে।
১২.৪৫ চুটি দিব লগা বিদ্যালয় চুটি দিলে ১১.৪৫ত।
কেনেদৰে চলিছে মাজুলীৰ প্ৰাথমিক বিদ্যালয়।
উপায়ুক্ত নিৰ্দেশনা পত্ৰ লাভ কৰা পাছতো নিৰ্দেশ নামানে এই সকল শিক্ষক শিক্ষয়ত্ৰী: শিক্ষকৰ নাম ৰাকেশ পেগু, সবিতা দলে।