মাজুলীবাসীয়ে সপ্তম সংখ্যক মাজুলী জিলা দিৱস উলহ মালহেৰে উদযাপন কৰাৰ সময়তে মাজুলীৰ অন্যতম বৃহৎ চিকিৎসালয় তথা উজনি মাজুলীৰ চিকিৎসাৰ একমাত্ৰ ভৰসাথলী জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ ৱালত বৃহৎ ভাঁট মেলা ঘটনাত কম্পমান হৈছে ৰোগীসকলৰ মাজত। উল্লেখ্য যে,পয়ালগা মাজুলীৰ স্বাস্থ্য খণ্ডক গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে উজনি মাজুলীৰ জেংৰাইমুখত চাৰি কোটি নব্বৈ লাখ টকা ধনৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল জেংৰাইমুখ আদৰ্শ চিকিৎসালয়। মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৯ চনৰ ১২ নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱা মুকলি কৰে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेलवे ट्रैक पर मिला अज्ञात व्यक्ति का शव
पांढुरना. बढ़ चिचोली पुलिस चौकी के अंतर्गत दाढ़ी मेटा रेलवे स्टेशन के पास अज्ञात...
Farmers Protest News Today: किसान संगठनों का बड़ा ऐलान | Delhi News | Farmers' Union | Aaj Tak News
Farmers Protest News Today: किसान संगठनों का बड़ा ऐलान | Delhi News | Farmers' Union | Aaj Tak News
‘શું તમે લોકોના સમાન સાથે આવો વ્યવહાર કરાય છે’
લોકો હવે મોટાભાગે વસ્તુઓ ઓનલાઈન ઓર્ડર કરવાનું પસંદ કરે છે, એક તો સમયની બચત થાય છે અને બીજું, જો...