মাজুলীবাসীয়ে সপ্তম সংখ্যক মাজুলী জিলা দিৱস উলহ মালহেৰে উদযাপন কৰাৰ সময়তে মাজুলীৰ অন্যতম বৃহৎ চিকিৎসালয় তথা উজনি মাজুলীৰ চিকিৎসাৰ একমাত্ৰ ভৰসাথলী জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ ৱালত বৃহৎ ভাঁট মেলা ঘটনাত কম্পমান হৈছে ৰোগীসকলৰ মাজত। উল্লেখ্য যে,পয়ালগা মাজুলীৰ স্বাস্থ্য খণ্ডক গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে উজনি মাজুলীৰ জেংৰাইমুখত চাৰি কোটি নব্বৈ লাখ টকা ধনৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল জেংৰাইমুখ আদৰ্শ চিকিৎসালয়। মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৯ চনৰ ১২ নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱা মুকলি কৰে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજ તાલુકા ની 200 આગણવાડી બહેનો હડતાળ પર ઉતરી
કાંકરેજ તાલુકા ની 200 આગણવાડી બહેનો હડતાળ પર ઉતરી
कनवास में एक घण्टे तक चला बारिश का दौर,गर्मी से मिलेगी राहत
कोटा. जिले के कनवास क्षेत्र सहित कस्बे में प्री मानसून की शुरआत होने के साथ ही कस्बे में एक...
"ছেমখৰ" চলচ্চিত্ৰকলৈ তিব্ৰ প্ৰতিক্ৰিয়া সদৌ ডিমাছা ছাত্ৰ সন্থাৰ....
"ছেমখৰ" চলচ্চিত্ৰকলৈ তিব্ৰ প্ৰতিক্ৰিয়া সদৌ ডিমাছা ছাত্ৰ সন্থাৰ....
सस्ते iPhone SE 4 के लॉन्च की तैयारी, एपल इंटेलिजेंस और 48MP कैमरा के साथ होगी एंट्री
Apple इन दिनों नेक्स्ट जेनरेशन iPhone SE 4 पर काम कर रहा है। इसमें कई नए फीचर्स को शामिल किया...