মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ দ্বাৰা শ্ৰমদান কাৰ্যসুচী ৰূপায়ন কৰে ৷ আৰক্ষী বাহিনীটোৰ অধিনায়ক মহম্মদ ফকৰুল ইছলামৰ নেতৃত্বত প্ৰায় পঞ্চাশ জনীয়া আৰক্ষীৰ দলে পুৱাৰে পৰা শ্ৰমদানৰ জৰিয়তে জন্মস্থানখনৰ গছ গছনিত বৃদ্ধি পোৱা অপতৃণ আৰু হাবি জংঘল কাটি পৰিস্কাৰ কৰাৰ লগতে বাট পথ পৰিস্কাৰ কৰি তোলে ৷ উল্লেখ্য যে আৰক্ষী বাহিনীটোৰ দ্বাৰা বছৰি জন্মস্থানখনত শ্ৰমদান কৰি ৰূপায়ন কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूपी में बैंक एटीएम की तर्ज पर लगेंगे अनाज एटीएम, एक मशीन की कीमत 12-18 लाख रुपये
उत्तर प्रदेश में बैंक एटीएम की तर्ज पर अनाज एटीएम लगेंगे। राज्य सरकार राशन वितरण में क्रांतिकारी...
Samsung Galaxy S25 Ultra में 5000 mAh बैटरी और 200MP का कैमरा मिलेगा, जनवरी में लॉन्च की उम्मीद
सैमसंग का अगला फ्लैगशिप स्मार्टफोन गैलेक्सी S25 अल्ट्रा अगले 6-7 महीनों में लॉन्च हो सकता है।...
সোমবাৰে ৰাজ্যৰ ৩৩খন মহাবিদ্যালয়ত তলা বন্ধ ঘোষণা অসম স্নাতক মহাবিদ্যালয় অনা শিক্ষক সন্থাৰ
সোমবাৰে ৰাজ্যৰ৩৩খন মহাবিদ্যালয়ত তলা বন্ধ অসম স্নাতক মহাবিদ্যালয় অনা শিক্ষক সন্থাৰ ঘোষণা
Akhilesh Yadav Lok Sabha Speech: लोकसभा में अखिलेश यादव बोले- देश में मुसलमानों को डराया जा रहा है
Akhilesh Yadav Lok Sabha Speech: लोकसभा में अखिलेश यादव बोले- देश में मुसलमानों को डराया जा रहा है