মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ দ্বাৰা শ্ৰমদান কাৰ্যসুচী ৰূপায়ন কৰে ৷ আৰক্ষী বাহিনীটোৰ অধিনায়ক মহম্মদ ফকৰুল ইছলামৰ নেতৃত্বত প্ৰায় পঞ্চাশ জনীয়া আৰক্ষীৰ দলে পুৱাৰে পৰা শ্ৰমদানৰ জৰিয়তে জন্মস্থানখনৰ গছ গছনিত বৃদ্ধি পোৱা অপতৃণ আৰু হাবি জংঘল কাটি পৰিস্কাৰ কৰাৰ লগতে বাট পথ পৰিস্কাৰ কৰি তোলে ৷ উল্লেখ্য যে আৰক্ষী বাহিনীটোৰ দ্বাৰা বছৰি জন্মস্থানখনত শ্ৰমদান কৰি ৰূপায়ন কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಅಗ್ರಹಾರ ದಾಸರಹಳ್ಳಿಯಲ್ಲಿ ''ಆನಂದ್ ಜ್ಯುವೆಲ್ಲರಿ ಶೋರೂಂ" ಉದ್ಘಾಟನೆ
ಬೆಂಗಳೂರಿನ ಅಗ್ರಹಾರ ದಾಸರಹಳ್ಳಿಯಲ್ಲಿ ''ಆನಂದ್ ಜ್ಯುವೆಲ್ಲರಿ ಶೋರೂಂ" ಉದ್ಘಾಟನೆ
2G, 3G सर्विस को बंद करने के लिए क्यों कह रही है Reliance Jio, जानिए क्या है इसके पीछे कारण
भारतीय दूरसंचार नियामक प्राधिकरण (TRAI) के 5जी इकोसिस्टम के माध्यम से डिजिटल परिवर्तन पर परामर्श...
অটোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল এৱাৰ্ডছত উজ্বলিছে অসমৰ অভিনেতা আদিল হুছেইন;
অটোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল এৱাৰ্ডছত উজ্বলিছে অসমৰ অভিনেতা আদিল হুছেইন; 'ফুট প্ৰিণ্টছ অন...
कांग्रेस ने बजरंग दल को बैन करने का किया वादा तो CM शिवराज ने कमलनाथ की 'हनुमान भक्ति' पर उठाया सवाल
कर्नाटक विधानसभा चुनाव के लिए कांग्रेस के घोषणापत्र में बजरंग दल पर प्रतिबंध लगाने के वादे को...
সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিশেষ গাঁওসভা
সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি বিশেষ গাঁওসভা অনুষ্ঠিত হয়। ৰজাপুখুৰী...