নাৰায়ণপুৰৰ খেৰাজখাত চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী উপাসনা বৰুৱাই কেঁচা কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰি উলিয়াইছে আটাগুৰিৰ বিকল্প। বিশেষকৈ জাহাজী, চেনীচম্পা, পুৰাকল আৰু ভীমকলৰ পৰা আটাগুৰিৰ বিকল্প প্ৰস্তুত কৰি উলিয়াইছে ছাত্ৰী গৰাকীয়ে। ইতিমধ্যে ছাত্ৰী গৰাকীয়ে Exposition of women Innovation and its outreach for Sustainability ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দেশৰ নিৰ্বাচিত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰী গৰাকীৰ এই সফলতাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানৰ লগতে বিভিন্ন জনে অভিন্দন জ্ঞাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰা সমষ্টিত "মন-কী-বাত" অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈৰ অংশগ্ৰহণ
প্ৰতি মাহৰ শেষৰটো দেওবাৰে আকাশবাণী যোগে সম্প্ৰচাৰিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...
સુરેન્દ્રનગર જિલ્લામાં ભાજપ કોંગ્રેસ ના કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર જુઓ
સુરેન્દ્રનગર જિલ્લામાં ભાજપ કોંગ્રેસ ના કોણ છે દાવેદારો ને કોણ બનશે ઉમેદવાર જુઓ
रक्षाबंधन पर वसुंधरा अपने भाई माधवराव सिंधिया को याद कर हुईं भावुक
राजस्थान की पूर्व मुख्यमंत्री और बीजेपी नेता वसुंधरा राजे ने रक्षा बंधन पर अपने भाई माधवराव...
ಸಹಾಯಕ ಸಬ್ ಇನ್ಸ್ಪೆಕ್ಟರ್ ಹೃದಯಘಾತದಿಂದ ಮೃತ
ಬೆಂಗಳೂರು : ಬೆಂಗಳೂರಿನ ಹಲಸೂರು ಗೇಟ್ ಟ್ರಾಫಿಕ್ ಪೊಲೀಸ್ ಠಾಣೆಯ ಸಹಾಯಕ ಸಬ್ ಇನ್ಸ್ಪೆಕ್ಟರ್ ರಾಮಾಂಜನೇಯರವರು ಈ ದಿನ...