ৰাইজৰ অসচেতনতাৰ বাবেই জাবৰে কদৰ্যময় কৰি তুলিছে ডিব্ৰুগড় জিলা খোৱাঙৰ পুৰণা বাছ আস্থান । দ'ম দ'ম জাবৰে ভৰি পৰিছে বাছ আস্থানটোৰ চৌহদ । বৰ্তমান অব্যৱহৃত হৈ থকা বাছ আস্থানটোত এতিয়া কেৱল জাবৰ আৰু জাবৰ । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি খোৱাং টাউনৰ একাংশ অসচেতন লোকে দৈনিক এই ঠাইডোখৰত জাবৰ সমূহ পেলাই । যাৰ ফলৰ জাবৰৰ দুগন্ধত কাষেৰে পাৰ হৈ যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে । জাবৰ নিষ্কাষণৰ বাবে খোৱাং ব্যৱসায়ী সন্থালৈ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পৰা এখন বাহন প্ৰদান কৰিছিল যদি এই বাহনখন বৰ্তমান ফুলদানি সদৃশ সজাই থোৱা হৈছে । ঠাইডোখৰ চৰকাৰী ভূমি হোৱাৰ বাবে লোক সকলে কোনো ভ্ৰূক্ষেপ নকৰি দায়িত্ব জ্ঞানহীন ভাৱে যিয়ে যেনেকে পাৰে জাবৰ সমূহ পেলাবলৈ ধৰিছে । মনকৰিবলগীয়া যে এই ঠাইডোখৰতে খোৱাঙৰ এখন দুৰ্গাপূজাও অনুষ্ঠিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰত 'জোড়ো' অভিযানৰ সময় আহিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ
নতুন দিল্লী, ২২ আগষ্ট। কংগ্ৰেছে চলাবলগীয়া অভিযান 'ভাৰত জোড়ো'ৰ প্ৰচাৰ সময়ৰ প্ৰয়োজন হৈ পৰিছে। এই...
World Kidney Day 2024: किडनी को हेल्दी रखने वाले इन फूड्स आइटम्स को जरूर करें अपनी डाइट में शामिल
किडनी अपना काम सही तरीके से करती रहे इसके लिए हेल्दी खानपान और बॉडी को एक्टिव रखना दो सबसे जरूरी...
जनता ने किया धरना प्रदर्शन
नगर पालिका में वार्ड वासियों ने किया धरना प्रदर्शन सड़क निर्माण की मांग
नैनवां नगर...
ખીમાણા ત્રણ રસ્તા પર ઇકો ગાડીમાં લાગી આગ
ખીમણા ત્રણ રસ્તા પર ઇકો ગાડી માં એકાએક આગ લાગતા દોડધામ મચી
બનાસકાંઠા જિલ્લા ના...