ওদালগুৰি জিলাৰ মাজবাটৰ বঙালগাওঁত পঞ্চম বাৰ্ষিক কৰম উৎসৱ উৎযাপন কৰে সদৌ অসম গোঁড় সমাজৰ মাজবাট আঞ্চলিক সমিতিয়ে। কাৰ্যসূচী মতে অনুষ্ঠানত সদৌ অসম গোঁড় সমাজৰ মাজবাট আঞ্চলিক সমিতিয়ে পঞ্চম বাৰ্ষিক কৰম উৎসৱৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৭:০০ বজাত বাড়াদেউ ভগৱানক পূজা অৰ্চনা কৰে লক্ষীৰাম টেকাম পুৰোহিতে, ৮:০০ বজাত মাজবাট আঞ্চলিক গোঁড় সমাজৰ পতাকা উত্তোলন কৰে চৰভৱন নেটিয়া সভাপতি মাজবাট আঞ্চলিক গোঁড় সমাজ । উৎযাপন সমিতিৰ পতাকা উত্তোলন কৰে বঙালগাওঁ শাখা সমিতিৰ সভাপতি ৰূপন পাউলেই। উপশাখাৰ পতাকা উত্তোলন কৰে দীপক পাউলেই । ৮:৩০ বজাত স্মৃতি তৰ্পন। ৯ বজাত বৃক্ষ ৰোপন । ৯:৩০ বজাত বিভিন্ন খেল ধেমালি। ৰাতিপুৱা ১০:০০ বজাত আল্পনা প্ৰতিযোগিতা। ১১:০০ বজাত কুইজ প্রতিযোগিতা। সন্ধিয়া ৫:০০ বজাত কৰম ডাৰ আদৰণি। সন্ধিয়া ৭:০০ বজাত কৰম পূজা আৰু কাহানি আৰম্ভ। ৮:৩০ বজাত আখৰা মুকলি কৰে সদৌ অসম গোঁড় সমাজৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক নৰেন আইমায়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰামকৰন অৰকৰা, বিশিষ্ট অতিথি ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক চৰন বড়ো, বি টি আৰৰ ৩৯ নং পাচঁনৈ ছেৰফাং পৰিষদৰ এম চি এল এ দীপক মৌৰ, বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডী, প্ৰাক্তন এম চি এল এ জীতু কিষাণ, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গোঁড় সমাজৰ কেন্দ্রীয় উপদেষ্টা কৃষ্ণ সিং গোঁড়,জহন সিং গোঁড়,আমন্ত্রীত অতিথি হিচাপে উপস্থিত থাকে কাঞ্চন সিং মাৰাবী,সুকমল কছলা, নাৰায়ণ মাৰাবী,তিহাৰু গোঁড়,ভিকেশ কুমাৰ চয়াম,কৈলাশ মাৰকাম,ৰতন চৰুতা,সমাজ সেৱক নৱজ্যুতি কৰ্মী আদি উপস্থিত থাকে বুলি সদৌ অসম গোঁড় সমাজৰ মাজবাট আঞ্চলিক সমিতিৰ সম্পাদক সুন্দৰচাই গোঁড়ে সাংবাদিকক জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર સરકારી રેસ્ટ હાઉસ ખાતે અલ્પેશ ઠાકોર ની આગેવાનો સાથે બંધબારણે મિટિંગ......
રાધનપુર સરકારી રેસ્ટ હાઉસ ખાતે અલ્પેશ ઠાકોર ની આગેવાનો સાથે બંધબારણે મિટિંગ......
ગુંદાળા ગામે સૌની યોજના અંતર્ગત કેનાલમાં નર્મદાનું પાણી છોડાયું,ખેડૂતે કહ્યું આયોજનાથી ખેડૂતને લાભ
ગુંદાળા ગામે સૌની યોજના અંતર્ગત કેનાલમાં નર્મદાનું પાણી છોડાયું,ખેડૂતે કહ્યું આયોજનાથી ખેડૂતને લાભ
GUJARAT NEWS PORBANDAR 24 09 2022
GUJARAT NEWS PORBANDAR 24 09 2022
नागापूर येथे लसिकरण मोहिम संपन्न
नागापूर येथे लसिकरण मोहिम संपन्न कन्नड: तालुक्यातील नागापूर येथे आज नागापूर ग्रामपंचायत कार्यालया...
লক্ষ্মী পূজাৰ নিশা মৰাণৰ নতুন মাঝি গাওঁত পুখুৰীত পৰি মৃত্যু হ'ল তিনি সন্তানৰ মাতৃৰ
লক্ষ্মী পূজাৰ নিশা মৰাণৰ নতুন মাঝি গাওঁত পুখুৰীত পৰি মৃত্যু হ'ল তিনি সন্তানৰ মাতৃৰ