দেশৰ ২২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ১৮ দিন উচ্চতম ন্যায়ালয়ৰ নেতৃত্ব দিয়া ন্যায়াধীশ কমল নাৰায়ণ সিঙৰ মৃত্যু ঘটিছে।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

ন্যায়াধীশ কে এন সিঙে ১৯৯১ চনৰ ২৫ নৱেম্বৰৰ পৰা ১৯৯১ চনৰ ১২ ডিচেম্বৰলৈকে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ন্যায়াধীশ কে এন সিঙে ৯৬ বছৰ বয়সত এলাহাবাদৰ মিণ্টো ৰোডত থকা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

১৯২৬ চনৰ ১৩ ডিচেম্বৰত প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰিছিল কমল নাৰায়ণ সিঙে। আইন বিষয়ত স্নাতক হোৱালৈকে তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল।