ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসাৰে বিশেষ ভোটাৰ তালিকা সংশোধন, ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি আদিৰ সন্দৰ্ভত শনিবাৰে জিলা নিব্বাচনী বিষয়া তথা জোনাই মহকুমাধিপাতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এক সংবাদমেল অনুষ্ঠিত কৰে। জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰি বিষয়াগৰাকীয়ে ভাৰতীয় নির্বাচনী আয়োগৰ নীতি অনুসৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ আৰু নতুন ভোটাৰ হ'বলৈ ওলোৱা ১৭ বছৰ ঊৰ্ধৰ সকলো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে পূৰ্বৰ এটা তাৰিখৰ পৰিবৰ্তে এতিয়া বছৰত চাৰিবাৰ এই সুবিধা লাভ কৰিব বুলি ব্যক্ত কৰে। ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ চাৰিটা তাৰিখ ক্ৰমে ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ বুলি সদৰি কৰে জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে l তেওঁ ১৭ বছৰৰ উৰ্ধৰ সকলো যুৱক যুৱতীকে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনায়। ইপিনে অহা এক আগষ্টৰ পৰা সকলো ভোটাৰে ভোটাৰ তালিকাত ৬ (বি) প্ৰ-পত্ৰ যোগে নিজৰ আধাৰ নম্বৰ লিংক কৰিব লাগিব। নির্বাচন আয়োগে পূৰ্বৰ সকলো প্ৰপত্ৰ নাকচ কৰি ৬ নং প্ৰপত্ৰৰে ভোটাৰ তালিকাত নাম ভর্তি, ৬ (বি) প্ৰপত্ৰৰে আধাৰ লিংক, ৭ নং প্ৰপত্ৰৰে আপত্তি, বাতিল, অন্যান্য আৰু সমষ্টি সলনিৰ বাবে ৮ নং প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মণিপুৰ ঘটনাৰ মূল অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইক গ্ৰেপ্তাৰ।
মণিপুৰ ঘটনাৰ মূল অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইক গ্ৰেপ্তাৰ।
#thevoiceofchariduar...
দৰঙৰ খাৰুপেটীয়াত অচিনাকি অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
খাৰুপেটীয়া থানাৰ অন্তৰ্গত ঘণশিমুলী গাঁৱৰ পুখুৰীত উদ্ধাৰ এই অচিনাকি মৃতদেহটো।
બનાસકાંઠા દિયોદર ખાતે શ્રી મદ્ ગૌ ભાગવત સત્સંગ કથાનો પ્રારંભ શ્રીમદ્ ભાગવત કથા અંતર્ગત પોથીયાત્રા યોજાઈ
દિયોદર ખાતે શ્રી મદ્ ગૌ ભાગવત સત્સંગ કથાનો પ્રારંભ શ્રીમદ્ ભાગવત કથા અંતર્ગત પોથીયાત્રા યોજાઈ...
सुबह 7 बजे बेटी विदुषी को स्कूटर से स्कूल छोड़ने जा रहे थे। स्कूल के पास चार डॉग्स ने हमला कर दिया। पीछे बैठी बेटी के पैर समेत 3 जगह डॉग ने काट लिया।
कोटा | तलवंडी इलाके में स्कूटर सवार पिता-पुत्री पर श्वानों ने हमला कर दिया। बेटी के तो पैर में...