কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন আঁচনি এমজিএনৰেগা-পিএম আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ধেমাজি জিলাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-অনিয়ম ৷ ধেমাজি জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ জৰু এমজিএনৰেগাৰ আঁচনিত বিষয়া-কৰ্মচাৰীৰ লগতে পঞ্চায়তৰ সভাপতি-সচিবে মিলি দুৰ্নীতি-অনিয়ম কৰি অহা বুলি সদৌ তাই আহোম ছাত্ৰ সন্হাই গুৰুতৰ অভিযোগ উল্থাপন কৰিছে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও মনোজ গগৈয়ে ধেমাজি উন্নয়ন খণ্ডৰ বিষ্ণুপুৰ পঞ্চায়তত দুখীয়া দৰিদ্ৰ ৰাইজৰ পৰিবত্তে আৰচিচি গৃহ তথা দুইমহলীয়া ঘৰ থকা লোকে পিএম আবাস গৃহৰ লাভ কৰাৰ সমান্তৰালভাৱে চৰকাৰী চাকৰি থকা পৰিয়ালৰ লোকেও পিএম আবাস গৃহ লাভ কৰা বুলি অভিযোগ কৰি চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ ৬০ টা পিএম আবাস গৃহ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰা বুলি কয় ৷ আনহাতে এমজিএনৰেগাৰ অস্তিত্বহীন আঁচনিৰ নামত ভেন্ডৰ জৰিয়তে ভূৱা বিল দাখিল কৰি চিচিবৰগাওঁ উন্নয়ন খণ্ডত ৭ কোটি টকা আৰু জোনাই মুকংচেলেক ব্লকত ১১ কোটি টকা টকা আত্মসাৎ কৰা বুলি আটাছুৱে অভিযোগ কৰি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদড°ৰ দাবী কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रक्षाबंधन असो वा भाऊबीज बहिणीच्या नात्याची अप्रतिम कविता आठवतेच
रक्षाबंधन असो वा भाऊबीज बहिणभावाची हि अप्रतिम कविता
વિજયા દશમીના દિવસે ઓલમ્પિક ૨૦૨૨નું આયોજન
#buletinindia #gujarat #dahod
২৫ কোটি টকা বাজেটেৰে অব্যাহত আছে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাথঁনি উন্নয়ন
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ দিশত চৰাইদেউ। ২৫ কোটি টকা বাজেটেৰে অব্যাহত আছে...
લખતરમાં નવરાત્રી માટે ગરબા બનાવવાની તૈયારીઓ પુરજોશમાં શરૂ
આદ્યશક્તિની આરાધના કરવા માટે વર્ષમાં આવતી ચાર નવરાત્રી પૈકી આસો મહિનાની નવરાત્રીનું વિશેષ મહત્વ...