📌দৰং ৰ হাজৰিকাপাৰা ৰ শ্ৰীশ্ৰী শালমাছ উঠা মন্দিৰৰ বাৰ্ষিক জেঠমহীয়া গোসাঁই কাজৰ শুভাৰম্ভ।

📌৩,৪ আৰু ৫ জুনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে গোসাঁই কাজৰ আয়োজন।

📌৩জুন শনিবাৰৰ প্ৰথম দিনৰ বৰভট্ট প্ৰদীপ দান (ভোটা প্ৰজ্বলন) কাৰ্যসূচীত ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অংশগ্ৰহণ।

📌 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তৰ উপস্হিতিৰে শালমাছ উঠা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিবেশ।