ব্ৰিটেইনৰ মহাৰাণী এজিজাবেথ-২ আৰু নাই । ৯৬ বয়সত স্বৰ্গগামী হ'ল ব্ৰিটেইনৰ ৰাণী এজিজাবেথ-২ । যোৱা কালি নিশা স্বৰ্গগামী হয় ব্ৰিটেইনৰ ৰাণী গৰাকী ।