মাজুলীৰ সু-সন্তান তথা যুৱ ব্যৱসায়ী পংকজ খনিকৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ দুটা কম্পিউটাৰ কালি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাৰ হাতত অৰ্পণ কৰে। মাজুলী জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি মহাবিদ্যালয়খনৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠানতে যুৱ উদ্যমী ব্যৱসায়ী পংকজ খনিকৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মাজুলীৰ বিধায়ক ভুবন গাম, জিলা উপায়ুক্ত পুলক মহন্তৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে কম্পিউটাৰ দুটা প্ৰদান কৰে। স্থানীয় যুৱক তথা মানৱ দৰদী পংকজ খনিকৰৰ এনে পদক্ষেপক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই ধন্যবাদ জনোৱাৰ লগতে সোণালী জয়ন্তী বৰ্ষ গৰকা মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰলৈ আগবঢ়োৱা কম্পিউটাৰ দুটাৰ বাবে ছাত্র-ছাত্ৰী সকল বহু পৰিমাণে উপকৃত হ'ব বুলি মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Infosys And Wipro Big News | क्यों इन दोनों IT Stocks में बानी है सबकी नजर? आज बनेगा पैसा?
Infosys And Wipro Big News | क्यों इन दोनों IT Stocks में बानी है सबकी नजर? आज बनेगा पैसा?
যিকোনো মুহিত্বতে খহিব জেংৰাইমুখ আৰ্দশ চিকিৎসালয় : প্ৰতিক্ৰিয়া মাজুলী আছুৰ
যিকোনো মূহুৰ্ততে ভাগি পৰাৰ আশংকাত কম্পমান ৰোগীসকল,
বিধায়ক ভূৱন গামে...
પ્રચાર માધ્યમો માટે ‘એક્ઝિટ પોલ’ અને ઓપિનિયન પોલ સંદર્ભે માર્ગદર્શક સૂચનાઓ : આજથી ‘એક્ઝિટ પોલ’ પર પ્રતિબંધ
ગુજરાત વિધાનસભા સામાન્ય ચૂંટણી-2022 ના સંદર્ભે મુખ્ય નિર્વાચન અધિકારીની કચેરી,...
INDIAN COAST GUARD CONDUCTS,COASTAL SECURITY EXERCISE SAGAR KAVACH “02/2024”
Indian Coast Guard Regional Headquarters at Gandhinagar coordinated a Coastal Security Exercise...