মাজুলীৰ সু-সন্তান তথা যুৱ ব্যৱসায়ী পংকজ খনিকৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ দুটা কম্পিউটাৰ কালি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাৰ হাতত অৰ্পণ কৰে। মাজুলী জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি মহাবিদ্যালয়খনৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠানতে যুৱ উদ্যমী ব্যৱসায়ী পংকজ খনিকৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মাজুলীৰ বিধায়ক ভুবন গাম, জিলা উপায়ুক্ত পুলক মহন্তৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে কম্পিউটাৰ দুটা প্ৰদান কৰে। স্থানীয় যুৱক তথা মানৱ দৰদী পংকজ খনিকৰৰ এনে পদক্ষেপক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই ধন্যবাদ জনোৱাৰ লগতে সোণালী জয়ন্তী বৰ্ষ গৰকা মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰলৈ আগবঢ়োৱা কম্পিউটাৰ দুটাৰ বাবে ছাত্র-ছাত্ৰী সকল বহু পৰিমাণে উপকৃত হ'ব বুলি মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Narendra Modi's closing remarks at the G20 Summit, New Delhi | G20 summit 2023 india | DPNEWS
PM Narendra Modi's closing remarks at the G20 Summit, New Delhi | G20 summit 2023 india | DPNEWS
મહેસાણા વિસનગરના સરદારજીઓ એ પાટણ -બનાસકાંઠા સરદારજીઓ ઉપર ખોટા આક્ષેપો લગાવતા રોષ
મહેસાણા વિસનગરના સરદારજીઓ એ પાટણ -બનાસકાંઠા સરદારજીઓ ઉપર ખોટા આક્ષેપો લગાવતા રોષ
थर-थर कांपेगा दुश्मन! 26 राफेल विमान, तीन स्कॉर्पीन पनडुब्बी... पीएम मोदी के फ्रांस दौरे से पहले हुई बड़ी डील
नई दिल्ली, भारत की ताकत में अब और इजाफा होने जा रहा है। पीएम मोदी के फ्रांस दौरे से ठीक पहले बड़ी...
Kambala: भैसों की दौड़ खेतों के कीचड़ से Bengaluru शहर तक कैसे पहुंचा? (BBC Hindi)
Kambala: भैसों की दौड़ खेतों के कीचड़ से Bengaluru शहर तक कैसे पहुंचा? (BBC Hindi)
স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে নাহৰকটীয়া খণ্ড বন বিষয়া কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে জাতীয় পতাকা বিতৰণ কাৰ্যসূচী ৰূপায়ণ
নাহৰকটীয়া খণ্ড বন বিষয়া কাৰ্যালয়ত জাতীয় পতাকা উত্তোলনৰ লগতে জাতীয় পতাকা বিতৰন কাৰ্যসূচী।