চিকিৎসাৰ ক্ষেত্ৰত এধাপ আগবাঢ়িছে গোলাঘাট । গোলাঘাটত ৬৩১.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় । নিৰ্মাণকাৰী সংস্থাই প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পৰ আৰ্হিচিত্ৰ নিৰীক্ষণ কৰাৰ লগতে ইয়াৰ ওপৰত বিস্তৃতভাবে নিৰ্মাণকাৰী সংস্থাটোৰ লগত আলোচনা কৰে মন্ত্ৰী অজন্তা নেওগে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অচিৰেই এই চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপুৰ্তি আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন
চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত পষেকীয়া বাতৰি কাকত 'চৰাইদেউ বাতৰি' ৰ দ্বাদশ বৰ্ষপুৰ্তী আৰু বঁটা...
वंचित बहुजन युवा आघाडी की और से देवगिरी कॉलेज मैं धरना आंदोलन.
वंचित बहुजन युवा आघाडी की और से देवगिरी कॉलेज मैं धरना आंदोलन.
ಮೈಸೂರು - ಕೊಡಗು ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ ಸ್ಪರ್ಧಿಸುತ್ತಿರುವ ಕಾಂಗ್ರೆಸ್ ಅಭ್ಯರ್ಥಿ ಎಂ.ಲಕ್ಷ್ಮಣ ಅವರು ಬಿ. ಫಾರಂ ಪಡೆದರು.
ಮಾರ್ಚ್ 29, 2024
ಕೆಪಿಸಿಸಿ ಅಧ್ಯಕ್ಷರಾದ ಡಿ.ಕೆ. ಶಿವಕುಮಾರ್ ಅವರು ಮೈಸೂರು - ಕೊಡಗು ಲೋಕಸಭಾ ಕ್ಷೇತ್ರದಿಂದ...
বছাপুখুৰীত গ্ৰীষ্মকালীন কৰ্মশালা
লখিমপুৰ জিলাৰ অসম অৰুনাচল সীমান্তবৰ্তী শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বছাপুখুৰীত আজিৰে পৰা...