চিকিৎসাৰ ক্ষেত্ৰত এধাপ আগবাঢ়িছে গোলাঘাট । গোলাঘাটত ৬৩১.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় । নিৰ্মাণকাৰী সংস্থাই প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পৰ আৰ্হিচিত্ৰ নিৰীক্ষণ কৰাৰ লগতে ইয়াৰ ওপৰত বিস্তৃতভাবে নিৰ্মাণকাৰী সংস্থাটোৰ লগত আলোচনা কৰে মন্ত্ৰী অজন্তা নেওগে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অচিৰেই এই চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: आरक्षण के मुद्दे पर Rahul Gandhi का बड़ा बयान, Washington DC में कही बड़ी बात
Breaking News: आरक्षण के मुद्दे पर Rahul Gandhi का बड़ा बयान, Washington DC में कही बड़ी बात