তিনিচুকীয়া পৌৰসভাত চলি থকা নৌৰাজ্যবাদৰ সন্দৰ্ভত শুক্ৰবাৰে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত তিনিচুকীয়া ব্ল’ক কংগ্ৰেছ কমিটিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সৰৱ হৈ পৰি কয় যে, তিনিচুকীয়া চহৰখনৰ উন্নয়নৰ কাৰণে পৌৰসভাখনত বিজেপি ক দায়িত্ব দিছিল, কিন্তু এতিয়া নিজৰ মাজতে খোৱাকামোৰাত ব্যস্ত ৷ সমগ্ৰ ৰাজ্যৰ দায়িত্বত থকা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ পৌৰসভাত ইমান কি কাম থাকে যিকোনো সময়তে যে পৌৰসভাতে সোমাই থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি ৰাণাদাৰ জন্মবাৰ্ষিকী, ওপজা দিনত মহান শিল্পীগৰাকীক স্মৰণ ৰাজ্যবাসীৰ
অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি...
इथेनॉल मॅन - पूर्व केंद्रीय मंत्री M K अण्णासाहेब पाटील से खास बातचीत
इथेनॉल मॅन - पूर्व केंद्रीय मंत्री M K अण्णासाहेब पाटील से खास बातचीत
ಬೆಂಗಳೂರಿನ ಜಿ.ಟಿ. ಮಾಲ್ ನಲ್ಲಿ "ಮಾವು - ಬೇವು" ಚಿತ್ರ ನಿರ್ಮಿತಿ ಕುರಿತಾದ 'ಆಕರ ಗ್ರಂಥ' ಲೋಕಾರ್ಪಣೆ ಮಾಡಲಾಯಿತು.
ಸೆಪ್ಟೆಂಬರ್ 6, 2024
ಬೆಂಗಳೂರಿನ ಜಿ.ಟಿ. ಮಾಲ್ ನಲ್ಲಿ "ಮಾವು - ಬೇವು" ಚಿತ್ರ ನಿರ್ಮಿತಿ ಕುರಿತಾದ 'ಆಕರ ಗ್ರಂಥ'...
Khelo India Northeast ত উজ্জ্বলিল বোকাখাতৰ আৰ্চাৰী খেলুৱৈ নিয়ৰ বৰা আৰু স্পৰ্শনীল দত্ত
দ্বিতীয় Khelo India Northeast আৰ্চাৰীৰ চাব জুনিয়ৰ শাখাত বোকাখাতৰ নিয়ৰ বৰা সোণ আৰু স্পৰ্শনীল দত্তই...