তিনিচুকীয়া পৌৰসভাত চলি থকা নৌৰাজ্যবাদৰ সন্দৰ্ভত শুক্ৰবাৰে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত তিনিচুকীয়া ব্ল’ক কংগ্ৰেছ কমিটিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সৰৱ হৈ পৰি কয় যে, তিনিচুকীয়া চহৰখনৰ উন্নয়নৰ কাৰণে পৌৰসভাখনত বিজেপি ক দায়িত্ব দিছিল, কিন্তু এতিয়া নিজৰ মাজতে খোৱাকামোৰাত ব্যস্ত ৷ সমগ্ৰ ৰাজ্যৰ দায়িত্বত থকা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ পৌৰসভাত ইমান কি কাম থাকে যিকোনো সময়তে যে পৌৰসভাতে সোমাই থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सीताराम जी महाराज की बारात गाजे-बाजे के साथ पहुंची चोरपुरा, पीपल वृक्ष के साथ हुआ प्रतीकात्मक विवाह
ग्राम पंचायत पलेई से निकली श्री सीताराम जी महाराज की भव्य बारात सोमवार को भक्ति और उल्लास के...
২৭জুনত ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস।উন্মোচন হব ৰহা শাখাৰ ডাইৰেক্টৰী ২০২৪
অহা ২৭জুনত এদিনীয়া কাৰ্য্যসূচীৰে ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত ৰহা শাখা জ্যেষ্ঠ নাগৰিক...
श्री.शरणशिवलिंगेश्वर साधु महाराज अड्डपल्लकी महोत्सव उत्साहात
भारतरत्न इंदिरा नगर येथील श्री शरणशिवलिंगेश्वर साधु महाराजांचे अड्डपल्लकी महोत्सव मोठ्या...
Israel Hamas conflict: इजराइल ने हमास पर जवाबी हमला, डर से भागे आतकी!| Breaking
Israel Hamas conflict: इजराइल ने हमास पर जवाबी हमला, डर से भागे आतकी!| Breaking
সোণাৰিত স্বাধীনতা দিৱসৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা
সোণাৰিত স্বাধীনতা দিৱসৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। চৰাইদেউ জিলা প্ৰশাসনৰ...