সৰ্বভাৰতীয় NEET পৰীক্ষাত আজমল ছুপাৰ 40 কলেজে প্ৰদৰ্শন কৰা সাফল্যৰ পিছত আনন্দত মতলীয়া হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল।সেইবাবে আজি মৰিয়ম আজমল ৱমেন চাইন্স কলেজত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত মৌলানা বদৰুদ্দিন আজমল উপস্থিত থাকি বিশাল আকাৰৰ কেক কাটি শিক্ষক শিক্ষয়িত্ৰী আৰু NEET ত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় উৎসাহিত কৰে। আজমল ছুপাৰ 40 ৰ নাম ৰাষ্ট্ৰত উজলাই তোলা তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰাৰ লগতে অহা বৰ্ষত ৫০০ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হব বুলিও কৰে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરાની નવદીપ સ્કૂલ ખાતે આજે ધૂળેટીના પર્વની ઉત્સાહભેર ઉજવણી કરવામાં આવી
ધાનેરાની નવદીપ સ્કૂલ ખાતે આજે ધૂળેટીના પર્વની ઉત્સાહભેર ઉજવણી કરવામાં આવી હતી જેમાં શાળા સ્ટાફ...
Shayar Munawwar Rana का दिल का दौरा पड़ने से निधन, 71 साल की उम्र में Lucknow में ली अंतिम सांस
Shayar Munawwar Rana का दिल का दौरा पड़ने से निधन, 71 साल की उम्र में Lucknow में ली अंतिम सांस
Russia Ukraine War: रूस ने पहली बार यूक्रेन पर इस ताकतवर मिसाइल से हमला किया? (BBC Hindi)
Russia Ukraine War: रूस ने पहली बार यूक्रेन पर इस ताकतवर मिसाइल से हमला किया? (BBC Hindi)
पाचोडसह परिसरातील कपाशीवर थ्रिप्स रोगाचा हल्ला
पाचोडसह परिसरातील कपाशीवर थ्रिप्स रोगाचा हल्ला
पाचोड (विजय चिडे)
दिवसेंदिवस वातावरणात बदल होत...
তামুলপুৰত শিহৰণকাৰী পথ দুৰ্ঘটনা; এজন নিহত, চাৰিগৰাকী আহত
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰংগামেলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে,...