তিনিচুকীয়া চিৰাপত্তীত সংঘটিত হৈছে এক সন্দেহজনক আত্মহত্যাৰ ঘটনা ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ভাড়াঘৰৰ দৰজা বন্ধ কৰি উপেন্দ্ৰ কুমাৰ ৰায় নামৰ লোকজনে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়নৈ প্ৰেৰণ কৰে ৷ অৱশ্যে কি কাৰণে আত্মহত্যাৰ দৰে এটা চৰম পন্থা বাছি ল’লে অথবা প্ৰকৃত ঘটনাটো কি সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ফাদিল হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अतिक्रमण काढण्यासाठी सार्वजनिक बांधकाम विभागाला भीक द्या म्हणून केले पत्रकाराने आंदोलन
उदगीर शहरातील छत्रपती शिवाजी महाराज चौक ते महाराष्ट्र उदयगिरी महाविद्यालयाच्या मुख्य रस्त्यावरील...
કેશોદમાં આયાતી ઉમેદવારને લઈને કોંગ્રેસમાં ભડકો@Sandesh News
કેશોદમાં આયાતી ઉમેદવારને લઈને કોંગ્રેસમાં ભડકો@Sandesh News
Second hand Mobile market in Guwahati/iPhone Only 2500🔥
ক'ত ক'ত পাই গুৱাহাটীৰ
Second hand Mobile market in Guwahati/iPhone Only 2500🔥