ধোদৰআলিত মুখ্যমন্ত্ৰী,শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ আটছাৰ ৷ ধোদৰআলি সম্প্ৰসাৰণৰ বাবে খুমটাইৰ গৰঙা চাহ বাগিছাৰ চাহগছ উচ্ছেদস্থলীত তীব্ৰ প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। উন্নয়নৰ নামত সম্পদ ধ্বংস কৰা কাৰ্য মানি নলয় আটছাই ।