মাজুলীত আম আদমি পাৰ্টিৰ সংবাদ মেল ।

চৰকাৰৰ বিদ্যালয় বিলুপ্তিকৰন প্ৰক্ৰিয়া ৰ বিৰুদ্ধে সৰব দলটি । 

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বিদ্যালয় ধ্বংসৰ পোন্ধৰ বছৰীয়া কচৰতৰ ফচল স্কুল বিলুপ্তিকৰন পক্ৰিয়া     আম আদমি পাৰ্টি ৰ "বিদ্যালয় বচাওঁ আহক "অভিযানত ফাদিল চৰকাৰী স্কুলৰ পয়ালগা অৱস্থা । অসমত দুখীয়া আৰু সাধাৰন মানুহৰ সন্তানৰ বাবে শিক্ষাক দুলৰ্ভ কৰিবলৈ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই কংগ্ৰেছ চৰকাৰৰ দিনতেই কচৰৎ আৰম্ভ কৰিছিল আৰু বৰ্তমান তেওঁ মূখ্যমন্ত্ৰী হৈ ইয়াক সফল ৰূপ দিৱলৈ আৰম্ভ কৰিছে। এই গুৰুত্বৰ অমিযোগ আম আদমি পাৰ্টিৰ । আজি দলটোৰ মাজুলী জিলা কায্যালয়ত আয়োজিত এক সংৱাদ মেলত অসমৰ শৈক্ষিক ক্ষেত্ৰ খনৰ কেইবাটাও সমস্যা ৰ ওপৰত শাসনাধিষ্ঠ বি জে পি চৰকাৰ খনক সৰৱ সমালোছনা কৰা পৰিলক্ষিত হয় ।