দীৰ্ঘদিন ধৰি আমগুৰি নগৰৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমুহত বাইক চুৰৰ দপদপনিত ৰাইজ এক প্ৰকাৰ আতংকিত হৈ পৰিছিল। সদ্যসমাপ্ত শাৰদীয় পূজাত আমগুৰি আৰক্ষীৰ তৎপৰতাত বাইক চুৰি চক্ৰৰে জড়িত পাঁচটাকৈ চুৰ আটক হৈছে। ২ অক্টোবৰত আমগুৰিৰ মাজমজিয়াত এখন মটৰচাইকেলৰ লক ভাঙি থকা অৱস্থাত নামতি খেম্দৈ পুখুৰী অঞ্চলৰ মাইনা খাৰঘৰীয়াক স্থানীয় ৰাইজৰ সহযোগত হাতেলোটে আটক কৰে। মাইনাই আৰক্ষীক দিয়া তথ্যৰ ভিত্তিত আমগুৰি হিলৈদাৰী গাঁৱৰ বিকী হাজৰিকা, আমগুৰি অভয়াপুৰীয়া গাঁৱৰ পঙ্কজ বৰা আৰু হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি চাহ বাগিচাৰ জয়দ্বীপ কোঁৱৰ ওৰফে মাইনা আৰু আনন্দ বাউৰীক আৰক্ষীয়ে আটক কৰে। ধৃত বাইক চুৰি চক্ৰটোৰ জিম্মাৰপৰা AS04 X 4836, AS04 W 5754, AS04 AB 8758 নম্বৰৰ তিনিখন মটৰচাইকেল উদ্ধাৰ কৰে। আটকাধীন চুৰ কেইটাক আমগুৰি আৰক্ষীয়ে পৰ্যায়ক্ৰমে আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে। শেষতীয়াকৈ পঙ্কজ বৰা আৰু আনন্দ বাউৰীক আৰক্ষীয়ে আদালতত হাজিৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাজিৰাৰ গেলেকীত দুষ্প্ৰাপ্য শকা সাপ উদ্ধাৰ
নাজিৰা মহকুমাৰ গেলেকীত দুষ্প্ৰাপ্য শকা সাপ উদ্ধাৰ কৰি বনবিভাগক গতাই দিয়ে ভাতৃদ্বয়ে।
...
मनमाड मालेगाव रोडवर कानडगाव जवळ ऑक्सिजन सिलेंडर चा विस्फोट
नाशिक,मनमाड मालेगाव रोडवर कानडगाव जवळ ऑक्सिजन सिलेंडर चा विस्फोट
વેરાવળ ખાતે જીતુભાઈ કુહાડા દ્વારા વિદ્યાર્થીઓને અભ્યાસ કીટ આપવામાં આવી
ખારવા સમાજ ની વંડી માં વેરાવળ સમસ્ત ખારવા સમાજ ના પટેલ શ્રી જીતુભાઈ મોહન ભાઈ કુહાડા તથા...
रैशेज, खुजली के साथ Skin को और भी कई तरीकों से डैमेज कर सकता है इन दो चीजों का एक साथ इस्तेमाल
किसी भी नए प्रोडक्ट्स के इस्तेमाल से क्या आपकी भी स्किन पर रैशेज नजर आने लगते हैं, तेज खुजली के...