হেৰুওৱা ছন্দ আকৌ ওভতাই পাইছে বিৰাট কোহলিয়ে। আফগানিস্তানৰ বিৰুদ্ধে খেলা দূৰ্দান্ত ইনিংছৰ জৰিয়তে ইংগিত প্ৰদান কৰিলে যে কিং আকৌ একেই ফৰ্মেৰে উভতি আহিছে। আফগানিস্তানৰ বলিং লাইনআপক দিশহাৰা কৰি মাৰমুখী ইনিংছ খেলা কোহলিয়ে আজিৰ শতকৰ জৰিয়তে তিনিটা অভিলেখ স্থাপন কৰিলে। মাত্ৰ ৬১ টা বলত অপৰাজিত ১২২ ৰাণ কৰা কোহলিৰ এয়া হৈছে টি-২০ কেৰিয়াৰৰ প্ৰথমটো শতক। একেদৰে এই শতৰাণৰ পাছতেই কোহলিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সংগ্ৰহ কৰা ৰাণৰ সংখ্যাই ২৪,০০০ স্পৰ্শ কৰিলে। আনহাতে চলিত এছিয়া কাপ ছিৰিজত আটাইতকৈ অধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈগৰাকী হৈছে বিৰাট কোহলি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भीमलत झरने में गिरे युवक का चौथे दिन कुंड में तैरता मिला शव ।
नमाना बूंदी जिले में स्थित भीमलत महादेव के यहां अपने दोस्तों के साथ लाखा की झोपड़ियां...
પાલનપુરની છ વર્ષની નિક્ષા બારોટ એ બરફ વર્ષા વચ્ચે 12,500 ફૂટની ઊંચાઈએ કેદારકંઠા ટ્રેક પર ત્રિરંગો લહેરાવ્યો..
પાલનપુરની છ વર્ષની નિક્ષા બારોટ એ બરફ વર્ષા વચ્ચે 12,500 ફૂટની ઊંચાઈએ કેદારકંઠા ટ્રેક પર ત્રિરંગો...
#बुलंदशहर#गंगा में डूबी 22 वर्षीय नंदिनी का 4 दिन बाद भी नहीं लगा कोई सुराग
#बुलंदशहर#गंगा में डूबी 22 वर्षीय नंदिनी का 4 दिन बाद भी नहीं लगा कोई सुराग
দিল্লীক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰেঃ লুৰীণজ্যোতি গগৈ
চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে...
सिर्फ ब्लड शुगर कंट्रोल ही नहीं, Diabetes की इन कॉम्प्लिकेशंस को दूर रखने के लिए भी जरूरी है हेल्दी लाइफस्टाइल
Diabetes की समस्या इन दिनों तेजी से लोगों को अपना शिकार बना रही है। यह एक लाइलाज बीमारी है जिसे...